Posted inঅসম

‘ভগৱানৰ দেশ’ৰ পৰা আহি অসমৰ ট্ৰান্সজেণ্ডাৰ সম্প্ৰদায়ৰ বাবে জীৱন উৎসৰ্গা কৰা সিস্টাৰ প্ৰেমা

নিউজ ডেস্ক : আমাৰ সমাজত লিংগ সংখ্যালঘু (gender minority) লোকসকলৰ প্ৰতি আজিও এক বিৰূপ মনোভাব বৰ্তি আছে, যাৰ ফলত এই লোকসকল বিভিন্ন সামাজিক বৈষম্য আৰু অৱহেলাৰ বলি হ’ব লগীয়া হয়। যোৱা কিছু বছৰৰ পৰা কেতবোৰ সংগঠন তথা অনুষ্ঠানে এই লোকসকলৰ অধিকাৰৰ হকে মাত মাতি আহিছে যদিও হয়তো সমাজৰ বেছি সংখ্যক লোকে তেওঁলোকৰ সুকীয়া পৰিচয়ক সহজভাৱে […]