Posted inNews

২৩ উগ্ৰপন্থীক মৃত্যুদণ্ড, ১৪ জনক যাৱজ্জীৱন কাৰাদণ্ড; ক’ত আৰু কিয়?

নিউজ ডেস্ক: লিবিয়াৰ এখন আদালতে হত্যাকে ধৰি বিভিন্ন অপৰাধত ইছলামিক ষ্টেটৰ ২৩ জন উগ্ৰপন্থীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ইয়াৰ উপৰিও ১৪ জনক যাৱজ্জীৱন কাৰাদণ্ড আৰু আন ১৪ জনক বিভিন্ন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। সোমবাৰে আদালতে এই ৰায়দান ঘোষণা কৰে। উল্লেখ্য যে ২০১১ চনত লিবিয়াত গণ অভ্যুত্থান হৈছিল। এই অভ্যুত্থানক সমৰ্থন কৰিছিল নাটোৱে। যাৰ বাবে ইছলামিক […]