Posted inঅসম

ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান চলাবলৈ সাজু গুৱাহাটীৰ আকাংক্ষা

গুৱাহাটীঃ ভাৰতীয় বায়ু সেনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ যুঁজাৰু বিমানৰ স্কোয়াড্ৰনত লেফটেনেণ্ট হিচাপে যোগদান কৰিছে অসম কন্যা আকাংক্ষা চৌধুৰীয়ে। যিটো সমূহ অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়। এই বছৰৰ এপ্ৰিল মাহত অনুষ্ঠিত হৈছিল ভাৰতীয় বায়ু সেনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা। মুঠতে ১২০০যুৱতীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শন কৰি বিশেষ পদলাভ কৰিছে।বহুতৰে বাবে অনুপ্ৰেৰণা হৈ পৰা আকাংক্ষা […]