Posted inজীৱনশৈলী

৮০বছৰতো হৈ থাকে সুন্দৰী যুৱতী,ৰূপ-লাবণ্যৰে ভৰা এই মহিলাসকল ক’ত বাস কৰে?

নিউজ ডেস্কঃ সাধাৰণতে ত্ৰিশৰ দেওনা অতিক্ৰম কৰাৰ পাছত মহিলাসকলৰ লাহে লাহে বয়সৰ চাপ পৰিবলৈ আৰম্ভ কৰে। কিন্তু আমাৰ বিশ্বত এনে এটা সম্প্ৰদায় আছে যি সম্প্ৰদায়ৰ মহিলাসকল ৭০-৮০বছৰ অতিক্ৰম কৰাৰ পিছতো দেখাত ষোড়শী গাভৰুৰ দৰেই হৈ থাকে। এই সম্প্ৰদায়টো বাস কৰে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ হানজা উপত্যকাত। আমি হয়তো বেছিভাগ সময়তে পাকিস্তানৰ নাম কেৱল নেতিবাচক দিশতে শুনিছে, […]