Posted inঅসম

চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে? পৰিহাৰ কৰক এই দুটা অভ্যাস

নিউজ ডেস্ক : আমি সকলোৱে বিচাৰো একোচা ঘন আৰু মজবুত চুলি, কিন্তু একোছা ভাল চুলি পাবলৈ হ’লে সেই অনুসৰি চুলিৰ বিশেষ যতন লোৱাতো খুবেই দৰকাৰী। পৰিৱৰ্তিত খাদ্যাভ্যাস, প্ৰদূষণ, মানসিক চাপ আদিৰ ফলত পুৰুষ নাৰী উভয়ৰে ক্ষেত্ৰত আজিৰ দিনত চুলি সৰা সমস্যা প্ৰায়েই দেখা যায়। অৱশ্যে বহু সময়ত আমাৰ এনে কিছুমান অভ্যাসৰ ফলতো চুলি সৰে যিটো […]