Posted inঅসম

লিকাবালিত যৌতুকৰ বাবে পত্নীক কেৰাচিন ঢালি জ্বলাই দিয়াৰ চেষ্টা স্বামীৰ

চিলাপথাৰঃ অসম অৰুণাচল সীমান্তৰ লিকাবালিৰ মালিনী ফুলবাৰী গাঁৱত যৌতুকৰ বাবে এগৰাকী বোৱাৰীক স্বামী আৰু শাহুৱে মিলি গাত কেৰাচিন ঢালি জ্বলাই দিয়াৰ অপচেষ্টা কৰা এক ঘটনা পোহৰলৈ আহিছে । মালিনী ফুলবাৰী গাঁৱৰ বিক্ৰম চাহু নামৰ লোকজনে বিয়াৰ কেইমাহমানৰ পিছৰেপৰাই যৌতুক বিচাৰি পত্নীৰ ওপৰত অকথ্য নিৰ্যাতন চলাই আহিছে। আৰু পঢ়কঃবাক্সাৰ উপৰখুটিত অপহৰণকাৰী আটক উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে কেইবাবাৰো […]