Posted inদেশ-বিদেশ

আপুনি নিজৰ পেন কাৰ্ড খন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিলেনে?

নিউজ ডেস্ক- আপুনি নিজৰ পেনকাৰ্ডখন আধাৰ কাৰ্ডখনৰ সৈতে লিংক কৰিলেনে; যদি নাই কৰা আজিয়েই কৰি লওক। নহ’লে আপুনি আয়কৰ আইনৰ অধীনত ১০০০ টকা জৰিমনা ভৰিব লাগিব। ইনকাম টেক্স ডিপাৰ্টমেণ্টে পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চ ২০২১ ধাৰ্য কৰিছে। কিদৰে আপুনি পেনকাৰ্ড খন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব পাৰিব তলত উল্লেখ […]