Posted inঅসম

৭০০ সংখ্যক গ’লেৰে পুনৰ এবাৰ শীৰ্ষত উজলিল মেছি

ইউৰোপীয়ান ফুটবল হৈছে শক্তি প্ৰদৰ্শন কৰাৰ এক সুন্দৰ সুযোগ। ষ্ট্ৰাইকাৰৰ দুৰ্দান্ত শ্বট, ৱিংগাৰৰ গতিয়ে এক মূহূত্তৰ ভিতৰতেই সলনি কৰিব পাৰে খেলৰ ফলাফল। কিন্তু ভৱিষ্যত প্ৰজন্মই মনত ৰাখিব লাগিব দুভৰিৰ যাদুৰে একোখন খেললৈ প্ৰাণ নমাই অনা কেইগৰাকীমান ফুটবলাৰক। তাৰেই মাজত ৭০০ টাকৈ ক্লাব গ’ল কৰাৰ খিতাপ আছে কেৱল দুগৰাকী খেলুৱৈৰ ওচৰত। পৰ্টুগালৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু আৰ্জেন্টিনাৰ […]