Posted inদেশ-বিদেশ

ক’ভিড-১৯ত আক্ৰান্ত হৈ সিংহৰ মৃত্যু; ক’ত ঘটিল এই ঘটনা?

এইবাৰ ক’ভিড-১৯ত আক্ৰান্ত হৈ এজনী মাইকী সিংহৰ মৃত্যু হয়। এই ঘটনা সংঘটিত হৈছে তামিলনাডুৰ এখন চিৰিয়াখানাত। বৃহস্পতিবাৰে তামিলনাডুৰ বান্দালুৰস্থিত আৰিগনৰ আন্না চিৰিয়াখানাৰ নীলা নামৰ ৯ বছৰীয়া সিংহীজনীৰ ক’ভিডৰ ফলত মৃত্যু হোৱা বুলি চিৰিয়াখানা কৰ্তৃপক্ষই জানিবলৈ দিয়ে। লগতে পঢ়ক : চিকিৎসক আক্ৰমণ কাণ্ড : ৪ সপ্তাহৰ ভিতৰত প্ৰতিবেদন বিচাৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে উক্ত সিংহীজনীৰ উপৰি […]