জামছেদপুৰৰ পৰা আজি অসম আহি পায় ভাৰতীয় ৰে’লৱেৰ সহযোগত ভাৰত চৰকাৰে প্ৰেৰণ কৰা প্ৰথম খন অক্সিজেন এক্সপ্ৰেছ। উক্ত অক্সিজেন এক্সপ্ৰেছক আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,”প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ডাঙৰীয়াৰ ওচৰত আমি কৃতজ্ঞ! অক্সিজেনএক্সপ্ৰেছ-ৰ দ্বাৰা ৮০ মেট্ৰিকটন মেডিকেল অক্সিজেন অসমলৈ প্ৰেৰণ কৰাৰ বাবেp ৰাজ্যবাসীৰ হৈ ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ । এই কঠিন সময়ত ই আমাৰ […]