Posted inঅসম

ডবকাত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা

ডবকাঃ ডবকা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা। এক গোপন সূত্ৰৰ ভিত্তিত ডবকা আৰক্ষী বিষয়া কবীৰ সিং লিম্ভুৱে ডবকা নগৰৰৰ ৬নং ৱাৰ্ডৰ গোপাল দেব নামৰ এগৰাকী ব্যক্তিৰ ঘৰত অভিযান চলায়। অভিযানত গোপাল দেবৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা। ইফালে আৰক্ষী অহাৰ উমান পাই গোপাল দেবে ঘৰৰ পৰা পলায়ন কৰে। […]