Posted inঅসম

বাঁহ ভৰ্তি ট্ৰাকৰ পৰা ওলাল কাৰ্টুনে কাৰ্টুনে অৰুণাচলী সুৰা

তেজপুৰঃঠেলামৰা আৰক্ষীৰ বৃহৎ সফলতা । শোণিতপুৰত বাঁহভৰ্তি ট্ৰাকৰ পৰা জব্দ কাৰ্টুনে কাৰ্টুনে অৰুণাচলী সুৰা। বাঁহ ভৰ্তি এখন ১০ চকীয়া ট্ৰাকত অভিনৱ কৌশলৰে অৰুণাচলৰ পৰা কঢ়িয়াই আনিছিল ৪০০কাৰ্টুন অৰুণাচলী সুৰা। ঠেলামৰা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে নিশাৰ ভাগত সন্দেহবশত: জব্দ কৰিছিল ট্ৰাক খন। ঠেলামৰা আৰক্ষীয়ে ট্ৰাকখনৰ পৰা বাঁহখিনি আঁতৰাব লওঁতেই গাড়ীৰ তলত সাজি লোৱা দোৱাৰেদি […]