Posted inদেশ-বিদেশ

কোভিড ভেকচিন ল’লেহে আপুনি সুৰা ক্ৰয় কৰিব পাৰিব

নিউজ ডেস্কঃ আপুনি যদি সুৰা ক্ৰয় কৰিবলৈ যায় তেনেহ’লে এতিয়াৰ পৰা ল’ব লাগিব কোভিডৰ দুই পালি ভেকচিন। কাৰণ কোভিডৰ দুই পালি ভেকচিন লোৱাৰ পাছতহে আপুনি সুৰা ক্ৰয় কৰিবলৈ পাৰিব। এই নতুন নিয়ম বলৱৎ হৈছে তামিলনাডুৰ ওটি জিলাত। ওটি জিলা উপায়ুক্ত টিএমটি.জে. ইনোচেণ্ট দিব্যাই এক নিৰ্দেশ প্ৰদান কৰি কয় যে, কেৱল দুই পালি টিকাকৰণ কৰা গ্ৰাহককহে […]