নিউজ ডেস্কঃ ২০০১ চনৰ পৰা অসমত মদৰ দোকানৰ অনুজ্ঞাপত্ৰ প্ৰদান নকৰা অসম চৰকাৰে ২০২২ চনত কেইবাখনো জিলাত মুঠ ১৪ খন মদৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰে চৰকাৰে। যাৰ বাবে সদন আজি বিধায়ক দেৱব্ৰত শইকীয়াই আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক প্ৰশ্ন কৰে যে, চৰকাৰে ৰাজহ বৃদ্ধিৰ বাবে মদৰ দোকান আৰু বাৰ খোলাৰ অনুমতি দিয়ে নেকি ? […]