Posted inNews

বিষাক্ত সুৰা সেৱন কৰি ৩০ জনৰ মৃত্যু, উত্তপ্ত বিধানসভা

বিষাক্ত সুৰা সেৱন কৰি প্ৰাণ হেৰুৱালে ৩০ জনকৈ লোকে বিষাক্ত সুৰা সেৱন কৰি প্ৰাণ হেৰুৱালে ৩০ জনকৈ লোকে। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ ছপ্ৰাত। ১৪ ডিচেম্বৰ, বুধবাৰে এই ঘটনা পোহৰলৈ আহিছিল। উক্ত দিনটোত প্ৰথমে ৬ জন লোক বিষাক্ত সুৰা সেৱন কৰাৰ ফলত মৃত্যু মুখত পৰিছিল। তাৰ পিছত সন্ধিয়াৰ ভাগলৈ এই সংখ্যা ২৪ জনলৈ বৃদ্ধি পাইগৈ। […]