Posted inঅসম

গোলাঘাটৰ বৰফলং চাহ বাগিছাত চুলাই সেৱনৰ পিছত যুৱকৰ মৃত্যুক লৈ চাঞ্চল্য

কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ খুমটাই আৰক্ষী চকীৰ অন্তৰ্গত বৰফলং চাহ বাগিছাত চুলাই মদ সেৱন কৰাৰ ফলত আজি এজন যুৱকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য মতে অত্যাধিক সুৰাপান কৰাৰ ফলতে যুৱকজনে মৃত্যু সাবটিব লগীয়া হয় বুলি সন্দেহ কৰা হৈছে। নিহত যুৱকজনক বৰফলং চাহ বাগিছাৰ তলটেঙা লাইনৰ বাসিন্দা সুৰজিত সবৰ (২৬) […]