Posted inঅসম

ৰাজ্যৰ ৩৩গৰাকী চিকিৎসকৰ স্বেচ্ছামূলক অৱসৰ

নিউজ ডেস্কঃ ৰাজ্যৰ ৩৩গৰাকী চিকিৎসকৰ স্বেচ্ছামূলক অৱসৰকলৈ এতিয়া ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে। চিকিৎসক কেইগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হস্পিতাল , যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতাল, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতাল, ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতাল, বৰপেটা, যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতাল আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত কৰ্মৰত। লগতে পঢ়কঃডবকা থানাত ধনৰ লেনদেনক লৈ চৰ্চা,তদন্তৰ দাবী চিকিৎসক কেইগৰাকীয়ে […]