গুৱাহাটী: দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে সদ্য মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ লোকেল উৎপাতে। কেনি বসুমতাৰী পৰিচালিত ছবিখনে মুক্তিৰ প্ৰথম সপ্তাহত প্ৰায় ৪০ লাখ টকাৰ ব্যৱসায় কৰিছে। জানিব পৰা মতে, অসমীয়া কমেডী ছবিখনে আনকি মুক্তি লাভ কৰা অসমৰ ছবিগৃহ সমূহত ৰনবীৰ সিং অভিনীত Jayeshbhai Jordaar আৰু Dr Strange আদি বলিউডৰ ছবিতকৈ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ […]