Posted inঅসম

কিদৰে লকডাউনৰ সময়খিনি হাঁহি-স্ফূৰ্টিৰে পৰিয়ালৰ সৈতে পাৰ কৰিব?

নিউজ ডেস্ক : ক’ভিড মহামাৰীৰ যদি কিবা যোগাত্মক দিশ আছে তেন্তে সেয়া হ’ল যে ই আমাক পুনৰ পৰিয়ালৰ কাষলৈ ওভতাই আনিলে। লকডাউনৰ বাবে এতিয়া আমাৰ লগত আমাৰ পৰিয়ালৰ বাহিৰে আন কোনো নাই। কিন্তু এলেকগে থকাৰ পিছতো আমি হয়তো দিনটোৰ বেছিভাগ সময়েই পৰিয়ালৰ লগত পাৰ কৰাৰ পৰিৱৰ্তে নিজৰ মোবাইল বা লেপটপত পাৰ কৰো। লকডাউনৰ এই দিনকেইটাত […]