নিউজ ডেস্ক : পুনৰ ক’ভিডৰ সংক্ৰমণে চীনত গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ক’ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে দেশখনৰ ৪ নিযুত জনসংখ্যাৰ চহৰ লাঞ্জৌত লকডাউন ঘোষণা কৰা হৈছে। চীনত নতুনকৈ ২৯ টা ক’ভিড পজিটিভ কেচ ধৰা পৰাৰ পিছতে দেশখনত এই সতৰ্কতা অৱলম্বন কৰা হৈছে। উক্ত ২৯ টা নতুন কেচৰ ৬ টা পজিটিভ কেচ চীনৰ উত্তৰ-পশ্চিমত […]