নিউজ ডেস্কঃ ডিব্ৰুগড় জিলাত প্ৰথম বাৰৰ বাবে একেদিনাই ২৮৮ টা গোচৰৰ ভিতৰত ১৪৮ টা গোচৰ এদিনতে নিস্পত্তিকৰণ কৰে। উপায়ুক্ত কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত হোৱা লোক আদালতত প্ৰথম বাৰৰ বাবে জিলাখনত এক অভিলেখৰ সৃষ্টি হয় । লোক আদালতখন ডিব্ৰুগড় জিলা প্ৰশাসনে জিলা আইনী সেৱা কৰ্তৃপক্ষৰ সহযোগত ৰাজহুৱা সেৱা প্ৰদান অধিক কাৰ্যকৰী কৰাৰ লক্ষ্য়ৰে আয়োজন কৰিছিল। পুৱা ১০ […]