গুৱাহাটীঃ অৰুণাচল প্ৰদেশত সন্ধানহীন হৈ থকা অসমৰ ১৯জনকৈ শ্ৰমিকৰ উদ্ধাৰ অভিযানৰ দায়িত্ব ভাৰতীয় সেনাক অৰ্পণ কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক আহ্বান জনালে সাংসদ গৌৰৱ গগৈয়ে। ৫ জুলাইৰ পৰা অৰুণাচল প্ৰদেশৰ কুৰুং কামেং জিলাত ইণ্ডো-চীন সীমান্তৰ পৰা ৯০কিমি. নিলগত দুৰ্গম অঞ্চলৰ পৰা সন্ধানহীন হৈছিল অসমৰ শ্ৰমিককেইজন। শ্ৰমিক কেইজন সীমান্তত পথ সংস্থা (BRO)ৰ অধীনত চীন সীমান্তত […]