Posted inঅসম

মূল্যবৃদ্ধিক লৈ কংগ্ৰেছৰ প্ৰতিবাদ, আৰক্ষীয়ে আটক কৰে নেতৃত্বক

গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত পেট্ৰ’ল-ডিজেলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে । এই সংকটৰ সময়তো বিজেপি চৰকাৰখনে অত্যাৱশ্যকীয় সামগ্ৰীৰ আভাৱনীয় মূল্যবৃদ্ধি ৰোধ নকৰাটোৱে চৰকাৰখনৰ জনবিৰোধী নীতি স্পষ্ট হৈ পৰিছে বুলি মন্তব্য কৰে সাংসদ গৌৰব গগৈয়ে। গণতান্ত্ৰিক প্ৰতিবাদৰ কৰাৰ সময়ত বিজেপি চৰকাৰখনে পুলিচ প্ৰশাসনৰ হতুৱাই গণতান্ত্ৰিক প্ৰতিবাদক মষিমূৰ কৰাৰ চেষ্টা কৰি আমাৰ […]