নিউজ ডেস্ক – দেশৰ সাধাৰণ নিৰ্বাচনলৈ মাজত দুটা বছৰ। তথাপি এতিয়াৰে পৰা শাসকীয় বিজেপি দলে এই নির্বাচন জয়ৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ২০২৪ ৰ নিৰ্বাচনৰ পূৰ্বে দেশত অপাৰেশ্যন লোটাছৰ লক্ষ্য শেষ কৰিব লাগিব বিজেপিয়ে। তাৰ সমান্তৰালকৈ চলিত বৰ্ষৰে ডিচেম্বৰ মাহত গুজৰাট বিধানসভা নিৰ্বাচন। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ দুয়োৰে বাবে গুজৰাট দখল হ’ব […]