Posted inদেশ-বিদেশ

উত্তৰ প্ৰদেশত ধৰ্মীয় অনুষ্ঠানৰ পৰা আঁতৰিল ১১,০০০ লাউডস্পীকাৰ

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ নিৰ্দেশত ধৰ্মীয় অনুষ্ঠানৰ পৰা আঁতৰোৱা হ’ল প্ৰায় ১১,০০০ লাউডস্পীকাৰ। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশ মতে ৰাজ্যখনত সকলো ধৰ্মীয় অনুষ্ঠান–প্ৰতিষ্ঠানৰ পৰা লাউড স্পীকাৰ ব্যৱস্থা আঁতৰোৱা হৈছে। উত্তৰ প্ৰদেশ চৰকাৰৰ তথ্য অনুসৰি, বুধবাৰে সন্ধিয়ালৈকে ধৰ্মীয় স্থানৰ পৰা প্ৰায় ১১,০০০ লাউডস্পীকাৰ আঁতৰোৱা হৈছে। ৰাজ্যখনৰ আঠটা অঞ্চলৰ পৰা লাউডস্পীকাৰ আঁতৰ কৰা হয় যাৰ ভিতৰত […]