Posted inঅসম

আৰক্ষীৰ জালত পৰিল লাভ জেহাদৰ বলি হোৱা তেজপুৰৰ যুৱতীৰ মৃত্যুৰ ঘটনাৰ মূল নায়ক

তেজপুৰঃ শোণিতপুৰ আৰক্ষীৰ বৃহৎ সাফল্য । আৰক্ষীৰ জালত পৰিল বান্দৰমাৰী বৰঘোপ অঞ্চলত লাভ জেহাদৰ বলি হোৱা এগৰাকী যুৱতীৰ মৃত্যুৰ ঘটনাৰ মূল নায়ক ৰেকিবুদ্দিন আহমেদ । বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শৰৎ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নলবাৰীত সাতদিন বাহৰ পাতি থাকি আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, প্ৰেমৰ নামত তেজপুৰত নিকটৱৰ্তী অঞ্চলত সংঘটিত হৈছিল এক […]