Posted inNews

“বেছিভাগ বিবাহ বিচ্ছেদ কেৱল প্ৰেম বিবাহৰ পৰাই উদ্ভৱ হয়” – উচ্চতম ন্যায়ালয়

নিউজ ডেস্ক: আপুনি বাৰু জানে নে, বিবাহ বিচ্ছেদ কিয় হয়! প্ৰেমৰ বিবাহৰ ফলতেই বেছিকৈ বিবাহ বিচ্ছেদ হয় নেকি? হয়, প্ৰেম বিবাহৰ বাবেই বিবাহ বিচ্ছেদৰ ঘটনা বা আদালতত গোচৰ বেছিকৈ দেখা যায়। এয়া আমি কোৱা কথা নহয়, উচ্চতম ন্যায়ালয়ে বুধবাৰে এক শুনানিৰ সময়ত এই বিষয়ে কয়। দৰাচলতে, বুধবাৰে ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ সঞ্জয় কাৰোলৰ […]