Posted inক্ৰীড়া

লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডিএছপি হিচাপে নিযুক্তি

অসম আৰক্ষীৰ DSP পদত যোগদান কৰিলে অসমৰ গৌৰৱ, টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বৰগোহাঁইয়ে। আজি জনতা ভৱনত আয়োজিত এক কাৰ্যসূচীত DSP পদত যোগ দিয়ে লাভলিনা বৰগোহাঁইয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ উপস্থিতিত লাভলিনাই এই পদত যোগদান কৰে।উল্লেখ্য যে লাভলিনা বৰগোহাঁই হৈছে অলিম্পিকত পদক জয় কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ। […]