নতুন দিল্লীত অনুষ্ঠিত আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কিলোগ্ৰামফাইনেলত দুবাৰকৈ কমনৱেলথ গেমছৰ পদক বিজয়ী অষ্ট্ৰেলিয়ান বক্সাৰ কেটলিন পাৰ্কাৰক ৫-২ গ’লৰ বিভাজনৰ সিদ্ধান্তৰে পৰাজিত কৰে অসম জীয়ৰী লভলিনাই বৰগোঁহায়ে । টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লভলিনা বৰগোঁহায়ে ২৬ মাৰ্চত বিশ্ব চেম্পিয়নশ্বিপত প্ৰথমটো স্বৰ্ণ পদক জয় কৰি সাফল্য অৰ্জন কৰাৰ পিছত অসম চৰকাৰে […]