Posted inদেশ-বিদেশ

১০দিনত একেৰাহে দুগৰাকী শিক্ষাৰ্থীৰ আত্মহত্যা: শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

নিউজ ডেস্কঃ পুনৰ বিতৰ্কত পঞ্জাৱ বিশ্ববিদ্যালয়। এইবাৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয়খনত বিক্ষোভ আৰম্ভ হ’ল । পঞ্জাৱৰ পাগৱাৰাৰ লাভলী প্ৰফেশ্ব’নেল বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই মঙলবাৰে আবেলি আত্মহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ছাত্ৰজনে হঠাতে কিয় আত্মহত্যা কৰিলে তাৰ সঠিক তদন্তৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে নিশা লৈকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আজি ৰাতিপুৱা, ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয় চৌহদ উত্তাল কৰি তোলে। জানিব পৰা […]