Posted inঅসম, ক্ৰীড়া

Commonwealth Games : লাভলীনা বৰগোঁহাইক মানসিক নিৰ্যাতনৰ অভিযোগ

নিউজ ডেস্কঃ লাভলীনা বৰগোঁহাইৰ ওপৰত চলিছে মানসিক নিৰ্যাতন, কৰা হৈছে ৰাজনীতি। এই অভিযোগ উত্থাপন কৰি টুইট কৰিছে ভাৰতৰ মহিলা বক্সাৰ গৰাকীয়ে।  টুইটাৰত তেওঁ লিখিছে- ‘’অতি দুখেৰে ক’ব লৈছো যে মোৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে। প্ৰতিবাৰে মোৰ প্ৰশিক্ষক যিগৰাকীয়ে মোক অলিম্পিকত মেডেল অৰ্জন কৰাত সহায় কৰিছিল, তেওঁক বাৰে বাৰে সলনি কৰি মোৰ প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰত […]