নিউজ ডেস্কঃ ইতিহাস ৰচিলে অসম কন্যা লাভলীনা বৰগোঁহাই। অসমবাসীলৈ লাভলীনাই কঢ়িয়াই আনিছে সুখবৰ। বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে অসম কন্যা লাভলীন বৰগোঁহাই। ৭৫ কিলো শাখাত স্বৰ্ণ জয় ২৫ বছৰীয়া লাভলীনৰ। লাভলীনাৰ আজি ফাইনেল খেল খনত অষ্ট্ৰেলিয়াৰ এনি পাৰ্কাৰ মুখামুখি হয়। দুগৰাকী বক্সাৰে দুৰ্দান্ত খেল প্ৰদৰ্শন কৰে। প্ৰথম ৰাউণ্ডত লাভলীনাই সৰ্বোচ্চ […]