মাজুলীঃ মাজুলী নামনি মাজুলীৰ চামগুৰিত উত্তপ্ত পৰিস্থিতি। খহনীয়া প্ৰতিৰোধত ব্যৰ্থ ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়াক ৰাইজৰ জবাবদিহি। ৰাইজৰ ৰুদ্ৰ মূৰ্তিত পলায়ন ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়া- কৰ্মচাৰীৰ। মাজুলীৰ সৰ্বেত্ৰে এতিয়া খহনীয়া তাণ্ডৱ। নামনি মাজুলী কৰটি পাৰ পঞ্চায়তৰ অন্তৰ্গত চামগুৰি গাৱত ব্ৰহ্মপুত্ৰ খহনীয়াই লৈছে বিধ্বংসী ৰূপ। খহনীয়াৰ ত্ৰাসত এতিয়া নদী কাষৰীয়া ৰাইজ। খহনীয়া প্ৰতিৰোধৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বৰ্ডক কেইবাবাৰো খহনীয়া […]