Posted inঅসম, উত্তৰ-পূৱ, মুখ্যপৃষ্ঠা

সাজু হৈ উঠিল সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগমৰ কেন্দ্ৰীয় চৰকাৰক উপহাৰ প্ৰদান

দেশৰ ভিতৰতে সৰ্ববৃহৎ নদী বান্ধৰ লগতে সৰ্বোচ্চ বিজুলী উৎপাদনৰ বহন ক্ষমতা থকা জলবিদ্যুৎ প্ৰকল্প নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিজুলী উৎপাদনৰ বাবে সাজু হৈ উঠিছে৷ যোৱা বছৰৰ বাৰিষাৰ জলপ্ৰলয় আৰু ধাৰাবাহিক ভূমিস্খলনৰ প্ৰত্যাহ্বানকো নেওচি নিৰ্মান সংস্থা ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগময়ে কেন্দ্ৰীয় চৰকাৰক অহা মাৰ্চ মাহৰ ভিতৰতে বিতৰ্কিত জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ সম্পূৰ্ণ কৰি উপহাৰ দিব ৷ নদী […]