Posted inমুখ্যপৃষ্ঠা

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই জানুৱাৰী-ফেব্ৰুৱাৰীৰ পৰা প্ৰথমে উৎপাদন কৰিব ৫০০ মেগাৱাট বিদ্যুৎশক্তি

নিউজ ডেস্কঃ এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ যিমানেই সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে ইমানেই প্ৰকল্পটোৰ নামনি অংশৰ ৰাইজৰ মাজত আতংক আৰু অনিশ্চয়তা অধিক বৃদ্ধি পাবলৈ আৰম্ভ হৈছে৷ মূল বান্ধৰ কাম ৯০ শতাংশৰো অধিক সম্পূৰ্ণ হোৱাৰ বিপৰীতে বাকী থকা প্ৰায় ১০ শতাংশ কাম এন এইচ পি চিয়ে […]