ক্ষেত্ৰীঃ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত দুৰুঙৰ কৈকাৰীত অবৈধ ৰন্ধন গেছৰ ব্যৱসায়। শুকুৰবাৰে যোগান বিভাগ আৰু আৰক্ষীয়ে পৰিমল মল্লিক নামৰ লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই জব্দ কৰে ২৩৪ টা ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰ। উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰা পৰিমল মল্লিক নামৰ লোকজনে অবৈধভাৱে ৰন্ধন গেছৰ চিলিণ্ডাৰ মজুত ৰাখি ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন হৈছে। জব্দকৃত গেছ চিলিণ্ডাৰসমূহ লাহৰী […]