নিউজ ডেস্কঃ দেশত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য। তেল কোম্পানীবোৰে এইবাৰ ২৫.৫০ টকাকৈ বৃদ্ধি কৰিলে ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য। আনহাতে বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৭৬ টকালৈ বৃদ্ধি কৰিছে। বৃদ্ধিৰ লগে লগে বৰ্তমান গুৱাহাটীত এটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ’লগৈ ৮৮৩.৫০ টকা। ইফালে দিল্লীত এটা ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ’ল ৮৩৪.৫০টকা, পূৰ্বে প্ৰতিটো […]