Posted inদেশ-বিদেশ

লক্ষ্ণৌৰ বিলাসী হোটেলত ভয়াবহ অগ্নিকাণ্ড:নিহত ২জন

নিউজ ডেস্কঃ সোমবাৰে পুৱা লক্ষ্ণৌৰ হজৰতগঞ্জ অঞ্চলৰ Levana হোটেলত এক ডাঙৰ অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত ২ জন লোকৰ মৃত্যু হৈছে। কেইবাগৰাকীও এই ঘটনাত আহত হৈছে। আহতসকলক লক্ষ্ণৌৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ হোটেলত খনত থকা লোকসকলক খিৰিকীৰে উদ্ধাৰ কৰি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জিলা […]