Posted inNews

বজাৰলৈ আহি আছে “মোডী আম”

নিউজ ডেস্ক: আম সকলোৰে প্ৰিয় নহয় জানো! গৰমৰ বতৰত আম খোৱা মজাই বেলেগ । সকলোৱে হয়তো বিভিন্ন প্ৰকাৰৰ আমৰ নাম শুনিছে, আৰু খাইছেও! কিন্ত এতিয়া বজাৰলৈ আহি আছে “মোডী” নামেৰে এবিধ নতুন আম। এই নতুন আম বিধ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নামেৰে নামাকৰণ কৰা হৈছে । মালিহাবাদৰ আম খেতিয়কসকলে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামেৰে আমৰ নতুন […]