Posted inঅসম

লামডিঙৰ শালবাগানত অৰ্ধ উলংগ অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটীঃ লামডিঙৰ কৃষ্ণবস্তিৰ শালবাগানত অৰ্ধ উলংগ অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ। দশম শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকী মঙলবাৰে বিয়লি ৪বজাত টিউচনলৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল। পৰিয়ালৰলোকে বিচাৰ-খোচাৰ কৰাত নিশা কৃষ্ণবস্তিৰ শালবাগানত কিশোৰীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে। ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। যুৱতীগৰাকীক বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনা […]