Posted inঅসম

উৰুকাৰ ভোজ খোৱাত বাধাৰ সৃষ্টি কৰা চৰকাৰে নিজে পাতিছে বনভোজ:লুৰীণজ্যোতি গগৈ

মৰাণ: যোৱা ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰী উদযাপন কৰিবলৈ চৰকাৰে ৰাইজক ঠিকেই সুযোগ দিলে কিন্তু মাঘ বিহু উদযাপন কৰাৰ ক্ষেত্ৰতহে চৰকাৰে প্ৰতিবন্ধকতা আনিছে । জাতীয় অনুষ্ঠান এটা উদযাপন কৰিবলৈ চৰকাৰে কিছু শিথিলতা দিব লাগে । এই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । আজি মৰাণৰ সমীপৰ খুমটাই চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা […]