Posted inঅসম

সোণোৱাল-হিমন্তসহ এক ডজন নেতাৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ এজাহাৰ

গুৱাহাটী : বিজেপিৰ জন-আশীৰ্বাদ যাত্ৰাৰ কালছোৱাত ব্যাপক হাৰত কোভিড প্ৰটোকল ভংগৰ বিৰুদ্ধে আইনী যুঁজ আৰম্ভ কৰিছে অসম জাতীয় পৰিষদে৷ দলে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুসহ এক ডজন নেতাৰ বিৰুদ্ধে গুৱাহাটীৰ দিছপুৰসহ বিভিন্ন থানাত এজাহাৰ দাখিল কৰিছে৷ জাতীয় পৰিষদৰ নেতাসকলে প্ৰকাশ কৰা মতে, আইন […]