Posted inNews

প্ৰবীণ সাংবাদিক এম এছ প্ৰভাকৰৰ শেষ নিশ্বাস ত্যাগ

দেশৰ এগৰাকী স্বনামধন্য প্ৰবীণ সাংবাদিক তথা লেখক এম এছ প্ৰভাকৰে আজি শেষ নিশ্বাস ত্যাগ কৰে। কৰ্ণাটকৰ কোলাৰত থকা নিজ বাসগৃহত বিশিষ্ট সাংবাদিক গৰাকীৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ। স্বাস্থ্যৰ অৱনতিৰ বাবে প্ৰভাকৰক কিছুদিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হোৱাত তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল। উল্লেখ্য […]