মধ্যপ্ৰদেশৰ ইন্দোৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। মধ্য প্ৰদেশৰ ইন্দোৰৰ চিমৰোল আৰক্ষী থানা এলেকাত সংঘটিত হয় এই ঘটনাটো। ইন্দোৰৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰৰ কাণ্ডই আতংকৰ সৃষ্টি কৰিছে। প্ৰাক্তন ছাত্ৰজনে মহাবিদ্যালয়ৰ মহিলা অধ্যক্ষগৰাকীৰ গাত পেট্ৰ’ল ঢালি তেওঁক জীৱন্তে জ্বলাই দিয়ে। জানিব পৰা মতে, বিমুক্তা শৰ্মা ইন্দোৰৰ বিএম কলেজ অফ ফাৰ্মাচীৰ অধ্যক্ষ। কেইদিনমানৰ আগতে অধ্যক্ষগৰাকী […]
Tag: Madhya Pradesh
Posted inঅসম