Posted inNews

কুনো ৰাষ্ট্ৰীয় উদ্যানত আন এটা চিতা বাঘৰ মৃত্যু

নিউজ ডেস্ক: দক্ষিণ আফ্ৰিকাৰ পৰা মধ্য়প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা এটা চিতা বাঘৰ মৃত্য়ু হয় । বুধবাৰে তেজস নামৰ আন এটা মতা চিতা বাঘৰ মৃত্যু হয় । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ পৰা শ্বেওপুৰ জিলাৰ কেএনপিলৈ অনা হৈছিল তেজস নামৰ মতা চিতাটো। তথ্য অনুসৰি ইয়াকে ধৰি এতিয়ালৈকে উদ্যানখনত যোৱা পাঁচ মাহত মৃত্যু হোৱা চিতা […]