Posted inঅসম

অসমৰ ১৫টা হাতী মধ্যপ্ৰদেশক হস্তান্তৰ কৰিব অসম চৰকাৰে

গুৱাহাটীঃ অসম চৰকাৰে অসমৰ পৰা ১৫ টা হাতী মধ্য প্ৰদেশক হস্তান্তৰ কৰিবলৈ সন্মত হৈছে। জানিব পৰা মতে মধ্যপ্ৰদেশৰ বন বিভাগৰ বিষয়াসকলে ইতিমধ্যে এই সন্দৰ্ভত দুবাৰকৈ অসম ভ্ৰমণ কৰিছে।  হস্তান্তৰ কৰিবলগীয়া হাতীকেইটাৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ মধ্য প্ৰদেশ বন বিভাগৰ বন বিষয়াৰ এটা দল ৰাজ্যখনত উপস্থিত হোৱাৰ কথা আছে। মধ্যপ্ৰদেশৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন জে এছ চৌহানে সংবাদ […]