Posted inদেশ-বিদেশ

মাটি খান্দোতেই ওলাল ২৬.১১কেৰেটৰ হীৰা

নিউজ ডেস্কঃ মানুহৰ ভাগ্য ৰথৰ চকৰীৰ দৰে। কাৰ ভাগ্য কেতিয়া সলনি হয় কোনোও ক’ব নোৱাৰে। ঠিক তেনে এক ঘটনাই সংঘটিত হ’ল মধ্যপ্ৰদেশৰ এজন ব্যক্তিৰ ক্ষেত্ৰত। মধ্যপ্ৰদেশৰ পান্না জিলাৰ এটা সৰু ইটা ভাটাৰ ব্যৱসায় চলাই থকা এজন ব্যক্তিয়ে মাটি খনন কৰি থাকোতেই উদ্ধাৰ কৰে ২৬.১১ কেৰেটৰ এটুকুৰা হীৰা। পান্না জিলাৰ diamond officer ৰবি পেটেলে কয় যে মূল্যৱান […]