নিউজ ডেস্ক: ‘জেহাদী’ কাৰ্যকলাপ চলি অহাৰ অভিযোগত ৰাজ্যৰ বিভিন্ন ঠাইত শেহতীয়াকৈ বহু মাদ্ৰাছাত উচ্ছেদ অভিযান চলোৱা হৈছে। এনে এখন মাদ্ৰাছাৰে ছাত্ৰ হৈছে গোৱালপাৰা জিলাৰ দাৰোগা আলগা চৰৰ আব্দুল হামিদ। গাঁৱৰ লোকে অলপতে মাদ্ৰাছাখন ভাঙি পেলোৱাৰ পিছত ১০ বছৰীয়া হামিদ আৰু তেওঁৰ সহপাঠীসকলৰ সন্মুখত এতিয়া এক অনিশ্চিত ভৱিষ্যত আহি পৰিছে। দৰোগৰ আলগা মাজাৰ চৰ নিম্ন প্ৰাথমিক […]