Posted inNews

হিমন্ত চৰকাৰে শীঘ্ৰই বন্ধ কৰিব অসমৰ ৩০০ খন ব্যক্তিগত মাদ্ৰাছা

নিউজ ডেস্ক: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰ্তমান ব্যস্ত কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত। নিৰ্বাচনী প্ৰচাৰৰ মাজতে সোমবাৰে কৰ্ণাটকবাসীৰ সৈতে মত বিনিময় কৰি জানিবলৈ দিয়ে যে, শীঘ্ৰই অসমত বন্ধ কৰা হ’ব ৩০০ খন ব্যক্তিগত মাদ্ৰাছা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, চৰকাৰী টকাৰে ধৰ্মীয় শিক্ষা দিয়া নহ’ব। আপুনি যদি কোৰাণ শিকিব বিচাৰিছে তেতিয়া হ’লে নিজৰ পকেটৰ পৰা […]