নিউজ ডেস্কঃ অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই মাদ্ৰাছাৰ পঞ্জীয়ন সন্দৰ্ভত আজি গুৰুত্বপূৰ্ণ মন্তব্য় কৰে। ৰাজ্যৰ সকলো মাদ্ৰাছাৰ পঞ্জীয়ন কৰাতো বাধ্যতামূলক বুলি উল্লেখ কৰে ডিজিপি গৰাকীয়ে। মাদ্ৰাছা পঞ্জীয়নৰ বাবে কমেও ১০০ জন ছাত্ৰ-ছাত্ৰী থাকিব লাগিব আৰু ৩ কিলোমিটাৰৰ ভিতৰত এখন মাদ্ৰাছাহে থাকিব পাৰিব বুলিও জনাই অসম আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে। মাদ্ৰাছাৰ ক্ষেত্ৰত জাৰি কৰা এই […]