Posted inদেশ-বিদেশ

সতীৰ্থক মাটিৰ তলৰ পৰা উদ্ধাৰ কৰিবলৈ গৈ জেচিবিৰে মূৰ কাটিলে সতীৰ্থই

নিউজ ডেস্কঃ শোকাবহ ! নলা-নৰ্দমাৰ পাইপ সংযোগ কৰি থাকোতে মাটিয়ে ঢাকি ধৰা এজন শ্ৰমিকক সহকৰ্মীয়ে জেছিবিৰে উদ্ধাৰ কৰিবলৈ গৈ ডিঙি কাটিলে শ্ৰমিকজনৰ। তামিলনাডুৰ মাদুৰাইত সংঘটিত হ’ল এই শোকাবহ ঘটনা। ইৰোড জিলাৰ সতীশ ওৰফে বীৰানন নামৰ ৩৪বছৰীয়া যুৱকজনে ভিলাংগুডিৰ ৰামমূৰ্থী নগৰত ১১ ফুট দ’ খাদত নলা-নৰ্দমাৰ পাইপ সংযোগ কৰি থকাৰ সময়তে দুৰ্ভাগ্যক্ৰমে মাটিয়ে ঢাকি ধৰে। সহকৰ্মীসকলে […]