Posted inঅসম

নগাঁও ভোগালী বিহু উৎসৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

১০৯সংখ্যক সদৌ নগাঁও ভোগালী বিহু উৎসৱত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। ঐতিহাসিক ভোগালী বিহু উদযাপনে সমাজৰ একতা শক্তিশালী কৰাত প্ৰভুত বৰঙণি আগবঢ়াই আহিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানতে সমাজ জীৱনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ভোগালী বিহু উৎসৱৰ এখন স্মৰণিকা উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে। একেদিনাই নগাঁও ছোৱালী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী […]