Posted inঅসম

মহা সপ্তমীৰ দিনা শিলচৰৰ কাঁচাকান্তি মন্দিৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্কঃ কোভিড সৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যবাসীয়ে উদযাপন কৰিছে দুৰ্গাপূজা। মহানগৰীতো উলহ-মালহেৰে পালন কৰা হৈছে দুৰ্গা পূজা। মালিগাঁৱৰ পাণ্ডু কামাখ্যা কলনী সাৰ্বজনীন দুৰ্গা পূজা কমিটীয়ে এইবাৰ সম্পূৰ্ণ কৰিলে ৫৯ বছৰ। প্লাইউদ ৰং দি এইবাৰ নিৰ্মাণ কৰিছে পূজা মণ্ডপ। ঐতিহাসিক পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতিৰে সোমবাৰৰ পৰা কামাখ্যা দেৱালয়ত আয়োজন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ দুৰ্গা পূজাৰ সময়ত […]