নিউজ ডেস্ক দেওবাৰে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ সন্মুখত স্থানীয় ৰাইজৰ প্ৰতিবাদ। মন্দিৰত কৰ্মৰত স্থানীয় কেইবাজনো যুৱকক মন্দিৰ কৰ্তৃপক্ষই কামৰ পৰা বহিষ্কাৰ কৰাৰ অভিযোগত এই প্ৰতিবাদ সাব্যস্ত কৰে। মন্দিৰৰ বিভিন্ন কামত স্থানীয় ৰাইজক প্ৰাধান্য নিদিয়াৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজৰ পৰিৱৰ্তে মন্দিৰৰ কামত বহিঃৰাজ্যৰ লোককহে নিয়োজিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। লগতে পঢ়কঃমঙলবাৰে ইছলাম ধৰ্মাৱলম্বী লোক […]