Posted inদেশ-বিদেশ

মহাৰাষ্ট্ৰ বিধানসভাত বৃহস্পতিবাৰে আস্থা ভোটৰ সন্মুখীন হ’ব উদ্ধৱ থাকৰে

নিউজ ডেস্কঃ দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পাছত বিজেপিৰ সংসদীয় নেতা দেৱেন্দ্ৰ ফাড়নাভিছে মুম্বাইলৈ উভতি আহি মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীক সাক্ষাৎ কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্রী উদ্ধৱ থাকৰেক অহা বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ বিধানসভাত আস্থা ভোটৰ সন্মুখীন হ’বলৈ ৰাজ্যপালে নির্দেশ দিয়ে। মঙলবাৰে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটক লৈ ৰাজহুৱা স্থিতি লোৱা প্ৰথমটো দল হিচাপে […]