Posted inNews

মহাৰাষ্ট্ৰত অটো ড্ৰাইভাৰে এগৰাকী মহিলাগৰাকীক ৪০০ মিটাৰ পৰ্যন্ত টানি নিয়ে

নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ কোলহাপুৰত এজন অটো চালকে এগৰাকী মহিলাক ৪০০ মিটাৰ পৰ্যন্ত টানি অটোৰে সৈতে টানি নিয়ে। মহিলাগৰাকী উক্ত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে। বাতৰি অনুসৰি, মহিলাগৰাকীৰ স্বামী আৰু চালকজনে ভাড়াক লৈ তৰ্ক-বিতৰ্কত লিপ্ত হৈছিল। তাৰ পিছত চালকজনে হঠাতে অটোখন চলাই গুচি যায়।  জানিব পৰা অনুসৰি, মহিলাগৰাকীৰ শাৰীখন অটোৰ পিছফালৰ বাম্পাৰত লাগি ধৰিছিল। শাৰীখন লাগি […]