Posted inঅসম

আজি মহাঅষ্টমী: পুৱাৰে পৰা মণ্ডপে মণ্ডপে ভক্তৰ ভিৰ

নিউজ ডেস্কঃ আজি শাৰদীয় দুৰ্গোত্সৱৰ মহাষ্টমী। ৰাজ্যৰ চৌদিশে দেৱী বন্দনাৰে প্ৰাণোচ্ছৱ হৈ উঠিছে । পূজামণ্ডপ, দেৱ-দেৱালয় সমূহত দেৱীৰ মাৰ আশিষ ল’বলৈ পুৱাৰে পৰা ভক্তৰ ভিৰ। বিগত বৰ্ষত কোভিড পৰিস্থিতিৰ বাবে বিভিন্ন নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত কৰা পূজাত ভক্তৰ সমাগম বন্ধ আছিল। আজি নিশা ১১.২৪ বজাৰ পৰা ১২.১২ বজালৈকে অনুষ্ঠিত হ’ব সন্ধি পূজা। অষ্টমী আৰু নৱমীৰ সন্ধিক্ষণত […]