Posted inদেশ-বিদেশ

জাতিৰ পিতাক অশ্লীল ভাষাৰে অপমান কৰা হিন্দু ধৰ্মগুৰুৰ বিৰুদ্ধে গোচৰ ৰুজু

নিউজ ডেস্ক : এখন ৰাজহুৱা সভাত জাতিৰ পিতা মহাত্মা গান্ধীৰ বিৰুদ্ধে অপমানজনক মন্তব্য দিয়া কালিচৰণ মহাৰাজ নামৰ হিন্দু ধৰ্মৰ এগৰাকী ‘গুৰু’ৰ বিৰুদ্ধে চত্তিশগড় আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য মতে কালিচৰণ মহাৰাজে চত্তিশগড়ৰ ৰাজধানী ৰাইপুৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত মহাত্মা গান্ধীৰ বিৰুদ্ধে অশ্লীল ভাষা প্ৰয়োগ কৰি মন্তব্য কৰাৰ লগতে তেওঁক হত্যা কৰাৰ […]