Posted inঅসম

মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত অক্সিজেন প্লান্ট মুকলি

গুৱাহাটীঃ ৰাজ্যত কৰ’না ত্ৰাসৰ মাজতে অক্সিজেনৰ নাটনি নহ’বৰ বাবে মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত শুকুৰবাৰে অক্সিজেন প্লান্ট মুকলি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এইয়া ৰাজ্যৰ ১১ সংখ্যক অক্সিজেন প্লান্ট। প্লান্টৰ জৰিয়তে নিতৌ ১০০ টাকৈ অক্সিজেন চিণ্ডাৰ ভৰ্তি কৰিব পৰা যাব বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই অক্সিজেন প্লান্টটোৰ জৰিয়তে প্ৰতিদিনে .৯ […]