মাজুলীঃ অৱশেষত সম্পূৰ্ণ হ’ল মাজুলী উপ-নিৰ্বাচনৰ ভোটগণনা। ৪২,১৪১ টা ভোটৰ ব্যৱধানত বিজেপিৰ দলৰ প্ৰাৰ্থীৰ ভূবন গামৰ বৃহৎ জয়লাভ । চতুৰ্দশ ৰাউণ্ডৰ অন্তত ভূবন গামে লাভ কৰিলে ৬৭২৪২টা ভোট। ইয়াৰ বিপৰীতে বিৰোধী সমৰ্থিত অজাপ প্ৰাৰ্থী চিত্ৰৰঞ্জনে বসুমতাৰীয়ে লাভ কৰিলে ২৫১০১ টা ভোট। SUCI ভাইটি ৰিচঙে লাভ কৰিলে ২২৬৫ টা ভোট। NOTA ভোট পৰিল ১৬৪২টা। ৭ মাৰ্চত […]